নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰেখা গুপ্তালৈ জেড কেটেগৰী, নিৰাপত্তা বাঢ়িল আদিত্যনাথৰো

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক দিয়া হৈছে জেড কেটেগৰী নিৰাপত্তা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জেড কেটেগৰী নিৰাপত্তাৰ অধীনত এজন ব্যক্তিয়ে প্ৰায় ২২জন নিৰাপত্তাৰক্ষীৰ সৈতে নিৰাপত্তা প্ৰদান কৰি…

এতিয়া আৰু পাকিস্তানত নাভাঙে টিভি, কিন্তু কিয়?

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মিচেল ছাণ্টনাৰৰ অধিনায়কত্বত থকা নিউজিলেণ্ডে পাকিস্তানক ৬০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এতিয়া…

ডুবাইত সুন্দৰী যুৱতীৰে ধাৱন, ছচিয়েল মিডিয়াত হৈ-চৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ ভাৰত আৰু বাংলাদেশৰ মাজত খেলা খেলখনৰ বাবে ডুবাইত উপস্থিত হয় চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ব্ৰেণ্ড এম্বেছাডৰ শিখৰ ধাৱান। এই খেলৰ সময়ত ধাৱনক দেখা গৈছিল এগৰাকী ৰহস্যময়ী ছোৱালীৰ সৈতে। ধাৱনে সেই ছোৱালীজনীৰ লগত…

ঢকুৱাখনাৰ খনা চাপৰিত কৃষি বিপ্লৱ আদৰ্শ কৃষক হেমন্ত দাসৰ

🔹 হালি-জালি ফুলি থকা বেলি ফুলৰ মাজত অনেক প্ৰকৃতিপ্ৰেমীৰ ভিৰ বিশেষ বাৰ্তা, ঢকুৱাখনা, ২২ ফেব্ৰুৱাৰী : ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ১৮ কি:মি: দূৰত্বত কঢ়া নদীৰ পাৰৰ এক নিৰ্জন চাপৰি এতিয়া মুখৰ হৈ পৰিছে বিভিন্ন লোকৰ সমাগমেৰে। যাতায়াত বৰ সুচল নহয় যদিও…

স্প’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়াত পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ ফেব্রুৱাৰী স্প’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়াত খালী হোৱা পদৰ বাবে প্রার্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷

বিবাহ বিচ্ছেদ সম্পন্ন তাৰকা ক্রিকেটাৰ য়ুুজৱেন্দ্র চহল–ধনশ্রী বার্মাৰ

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : য়ুজৱেন্দ্র চহল আৰু পত্নী ধনশ্রী বার্মাৰ বিবাহ বিচ্ছেদ সম্পন্ন হৈছে৷ বৃহস্পতিবাৰে আদালতত উপস্থিত হৈছিল এই দম্পতী৷ মুম্বাইৰ বান্দ্রাৰ ফেমিলী ক’ৰ্টত উপস্থিত হ’বলৈ কোৱা হৈছিল তেওঁলোকক৷ তাতেই দুয়োৰে বিবাহ বিচ্ছেদ…

এলঅ’চিত ভাৰত–পাকিস্তানৰ ফ্লেগ মিটিং

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাই যুদ্ধবিৰতিৰ সমান্তৰালকৈ এলঅ’চিৰ সমীপত সঘনাই আইইডি বিস্ফোৰণ সংঘটিত কৰি আহিছে৷ পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘনৰ সময়ত যথোচিত প্রত্যুত্তৰ দি ভাৰতীয় সেনাই সীমান্তৰ সিপাৰে পাক…

সুকন্যা : ক্ষুদ্র উদ্যোগেৰে ৰাষ্ট্রীয় পর্যায়ত উজলিছে আলিমুন নেছা

উৎপল কুমাৰ কলিতা উচ্চ শিক্ষা মানে কেৱল চৰকাৰী চাকৰি নহয়৷ উচ্চ শিক্ষাৰ অভিজ্ঞতাৰে গাঢ়ি তুলিব পাৰি স্বাৱলম্বনৰ ক্ষেত্র, তাকেই যেন কৰি দেখুৱাইছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আলিমুন নেছাই৷ এমবিএ ডিগ্রী লৈ চাকৰিমুখী নহৈ আলিমুনে ঔদ্যোগিক ক্ষেত্রত…

সুকন্যা : পৱিত্র তীর্থস্থান পৰিহৰেশ্বৰ দেৱালয়

মৃগেন শর্মা ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় অসমৰ এখন উল্লেখযোগ্য দেৱালয়৷ এই দেৱালয় বিখ্যাত দেৱদাসী নৃত্যৰ বাবে৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ নামৰ গ্রন্থত আছে– ‘বজালী পৰগণাৰ দক্ষিণ অংশত অৱস্থিত পৰিহৰেশ্বৰ দেৱালয় আহোম ৰজা শিৱসিংহৰ দিনত স্থাপন কৰা হয়৷…

ডিব্ৰুগড়ৰ বিচিপিএলত থলুৱাবিৰোধী নীতি : শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL)ত উত্তাল প্ৰতিবাদ। বহিৰাগতক ৰঙা দলিচা পাৰি থলুৱা ঠিকাদাৰক বঞ্চিত কৰাত থলুৱা শ্ৰমিকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে…