প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল, আত্ম*হত্যা প্ৰেমিকাৰ
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভেলেন্টাইন ডে'ৰ পূৰ্বে এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল'লে এগৰাকী প্ৰেমিকাই। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ লালাং তৃতীয় ব্লকৰ মৰাগাং গাঁৱত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। মজুমদাৰ উপাধিৰ…