এজন শিক্ষকেই চলাইছে ৫৩ শিক্ষাৰ্থী থকা এখন বিদ্যালয়
বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : অসম চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো উন্নত হোৱা বুলি দম্ভালি মাৰি থকাৰ সময়তে পোহৰলৈ আহিছে শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। চৰকাৰ তথা শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন প্ৰাথমিক বিদ্যালয়।…