নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গোৱৰাদল-ষাঠিকুছি সভা মহোৎসৱত মুখ্যমন্ত্ৰীৰ জন্মদিন পালন

📌 অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে কাম কৰি আছে 📌ড° শৰ্মাৰ নেতৃত্বত চৰকাৰে সৰ্বসাধাৰণৰ উন্নয়নৰ হকে কাম কৰি আহিছে 📌ড° শৰ্মাৰ কাৰ্যকালত অসমত উন্নয়নৰ বিশাল যাত্ৰা আৰম্ভ হৈছে এই মন্তব্য ৰেখাৰাণী দাস বড়োৰ…

ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ ফেব্রুৱাৰী ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা একাধিক পদ চুক্তিৰ ভিত্তিত প্রার্থী নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে৷

মহাকাশত ইতিহাস গঢ়িব বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুক্লাই

🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রৰ অভিযানত প্রথম ভাৰতীয় মহাকাশচাৰী 🔹 ৰাকেশ শর্মাৰ পিছত দ্বিতীয়জন মহাকাশচাৰী সুভাংশু শুক্লা নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আন্তর্জাতিক মহাকাশ কেন্দ্র চমুকৈ আইএছএছ অভিযানত প্রথম ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস গঢ়িব…

মহাকুম্ভমেলাত খাদ্যত ছাই মিহলাই নিলম্বন আৰক্ষী বিষয়া

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলিত মহাকুম্ভমেলা–২০২৫ত সামূহিক খাদ্যত ছাই মিহলোৱাৰ অভিযোগত আৰক্ষী বিষয়া এজনক নিলম্বন কৰা হৈছে৷ কুম্ভমেলাৰ ভক্তক পৰিৱেশন কৰা সামূহিক খাদ্য (ভাণ্ডাৰা)ত ছাই মিহলোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল…

অদ্ভুত চর্ত! ১৫ মিনিটত গণিব পৰা টকা ঘৰলৈ নিব পাৰিব কর্মচাৰীয়ে

🔹 চীনৰ কোম্পানীৰ ৭০ কোটি টকা বোনাছ নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : চীনৰ কোম্পানী এটাই অদ্ভুত চর্তৰে কর্মচাৰীক আগবঢ়োৱা বোনাছক লৈ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ চীনৰ ক্রেন নির্মাতা কোম্পানী এটাই বছৰৰ শেষত কর্মচাৰীলৈ আগবঢ়াইছে ৭০ কোটি টকা বোনাছ৷…

জানো আহক বাজেটত মুখ্য বিভাগবোৰে পালে কিমান টকাৰ ধন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আজি লোকসভাত বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডকো বিশেষ গুৰুত্ব দিয়া হৈছে। এইবাৰ প্ৰতিৰক্ষা বাজেট ৩৬,৯৫৯ কোটি টকা বৃদ্ধি কৰা হৈছে। কিন্তু এইবাৰ কৰ্তন কৰা হৈছে আই…

দাম কমিল ম’বাইল-চিকিৎসা সঁজুলিৰ, আৰু কিহত কমিব দাম, জানক…

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। একেৰাহে ৮মবাৰৰ বাবে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। ইয়াক আকাংক্ষাৰ…

লক্ষ্য পাৰমাণৱিক কেন্দ্ৰ, বাজেটত ২০,০০০ কোটি টকা আবণ্টন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশখনক পাৰমাণৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক বৃহৎ ঘোষণা কৰিছে। বিত্তমন্ত্ৰীয়ে পাৰমাণৱিক খণ্ডৰ বাবে ২০ হাজাৰ কোটি টকাৰ বাজেট আবণ্টন দিছে। বিত্তমন্ত্ৰীয়ে ঘোষণা…

১২০টা স্থানৰ বাবে উড়ান আঁচনি, বিহাৰত ৩টা গ্ৰীনফিল্ড বিমানবন্দৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিৰোধী সাংসদৰ প্ৰতিবাদৰ মাজতে লোকসভাত বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত কয় যে চৰকাৰে সকলোৰে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ১২০টা…

বাজেটত জ্যেষ্ঠ নাগৰিকৰ সুতৰ টিডিএছ সীমা বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জ্যেষ্ঠ নাগৰিকক ডাঙৰ উপহাৰ দিছে বাজেটত। ২০২৫-২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকৰ সুতৰ টিডিএছ সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছৰ সীমা…