বিধ্বস্ত উত্তৰ গাজালৈ উভতিল ২ লাখ পেলেষ্টাইনী
🔹 প্রথমবাৰলৈ পথ মুকলি কৰি দিলে ইজৰাইল চৰকাৰে
বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : চলিত সপ্তাহতে ছগৰাকী পণবন্দীক হামাছে মুক্তি দিব বুলি ঘোষণা কৰাৰ পিছতে কালি উত্তৰ গাজালৈ যাত্রা কৰিব পৰা সকলো পথ মুকলি কৰি দিয়ে ইজৰাইলে৷ দক্ষিণ গাজাৰ তালাচী চকীসমূহ…