যশপ্রীত বুমৰাহ আইচিচিৰ বর্ষশ্রেষ্ঠ টেষ্ট ক্রিকেটাৰ
নিউজ ডেস্ক, ২৮ জানুৱাৰী : সাম্প্রতিক বিশ্ব ক্রিকেটত শ্রেষ্ঠতম বলাৰ হিচাপে আত্মপ্রতিষ্ঠা কৰিছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ বিগত বর্ষটোত বিশেষকৈ টেষ্ট ক্রিকেটত বুমৰাহে নিজৰ বলিঙেৰে একপ্রকাৰ ত্রাসৰ সৃষ্টি কৰিছিল৷ এই চমকপ্রদ…