প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২২টা উন্নয়নমূলক প্রকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিছে মণিপুৰত। মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত ৪৮০০ কোটি টকা ব্যয়ৰ এই আধাৰশিলা স্থাপন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে মণিপুৰৰ জনগণই বিজেপিক ভোট দিহে মণিপুৰৰ উন্নয়ন সম্ভৱ কৰিছে।
Prime Minister Narendra Modi attends a programme to inaugurate and lay the foundation stone of 22 developmental projects worth over Rs 4800 crores in Imphal pic.twitter.com/n3p06ve9Yl
— ANI (@ANI) January 4, 2022