নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ দেশতে ১ জুনৰ পৰা এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড প্ৰযোজ্যঃ ৰামবিলাস পাছৱান

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ৰ নতুন আঁচনিৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে। উল্লখ্য যে সমগ্ৰ দেশতে ১ জুনৰ পৰা কাৰ্যকাৰী কৰা হ’ব এই এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ সোমবাৰে পাটনাত এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে। আনহাতে এই আচঁনি খনৰ বিষয়ে ১ জানুৱাৰীত প্ৰথমে ১২ খন ৰাজ্যত আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে যি কোনো ১২ খন ৰাজ্যতে হিতাধীকাৰিয়ে তেওঁলোকৰ নিজৰ ৰেচন সমূহ লাভ কৰিব পাৰিব ৷

You might also like