নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুলাই, আহাৰ মাহৰ ২৪ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই

মেষ : সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা কৰিব ৷ হনুমানক পূজা কৰক ৷ পানীৰ পৰা সাৱধান ৷ ভ্রমণত শুভ ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৫ ৷
বৃষ : আর্থিক লাভ বৃদ্ধি ৷ ধৈর্য, সাহসী আৰু মেধাৱী দিশ প্রকাশ পাব ৷ কর্মসংস্থাপনৰ বাট মুকলি ৷ গেৰুৱা শুভ ৰং ৷ শুভ সংখ্যা ২ ৷
মিথুন : কর্মস্থানত শুভ ৷ খৰচ বৃদ্ধি ৷ প্রেমত শুভ ৷ মনৰ অস্থিৰতা বৃদ্ধি ৷ ঘৰুৱা চিন্তা বৃদ্ধি পাব ৷ শুভ ৰং মেৰুন ৷ শুভ সংখ্যা ৬ ৷
কর্কট : ধৈর্যৰ সুফল পাব ৷ কোনো আত্মীয়ৰ সু–সংবাদ পাব ৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ১ ৷
সিংহ : আর্থিকত নতুন সুযোগৰ আশা ৷ শৰীৰৰ প্রতি যত্ন লওক ৷ গণেশক মিঠাই দি পূজা কৰিব ৷ বন্ধুৰ পৰা উপকৃত হ’ব ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৫ ৷
কন্যা : দূৰ ভ্রমণৰ যোগ ৷ সু–সংবাদ লাভ কৰিব ৷ কর্মস্থানত মধ্যম ৷ বাঞ্ছিত কামত অগ্রগতি বৃদ্ধি ৷ সেউজীয়া শুভ ৰং ৷ শুভ সংখ্যা ৮ ৷
তুলা : শাৰীৰিক উন্নতি ৷ যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি ৷ ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি ৷ কর্মক্ষেত্রত মধ্যম ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৭ ৷
বৃশ্চিক : কর্মস্থানত শুভ ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব ৷ বিদ্যাত মধ্যম ৷ আর্থিক দিশত ব্যয় বৃদ্ধি ৷ শুভ ৰং গুলপীয়া ৷ শুভ সংখ্যা ৩ ৷
ধনু : ব্যৱসায়ীসকলৰ শুভ ৷ পাৰিবাৰিক দুর্ভাৱনা থাকিব পাৰে ৷ আজি নিৰামিষ আহাৰ গ্রহণ কৰিব ৷ ভ্রমণত শুভ ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ২ ৷
মকৰ : মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ৷ বেঙুনীয়া শুভ ৰং ৷ শুভ সংখ্যা ৯ ৷
কুম্ভ : হঠাৎ অর্থ লাভ কৰিব পাৰে ৷ বন্ধুৰ পৰা উৎসাহ পাব ৷ দাম্পত্যত বুজাবুজিৰ অভাৱ ৷ প্রেমত শুভ ৷ শুভ ৰং মাটিয়া ৷ শুভ সংখ্যা ৪ ৷
মীন : ব্যৱসায়ত শুভ ৷ ঘৰুৱা কাম–কাজৰ লগতে নতুন চিন্তাত সুফল পাব ৷ প্রেমত শুভ ৷ শৰীৰৰ প্রতি যত্ন লওক ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৬ ৷

You might also like