নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত গুলীয়াগুলীত নিহত কৰ্নেল-মেজৰ

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ আজি জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় সেনাৰ কৰ্ণেল, মেজৰ আৰু ডি এছ পি। ভাৰতীয় সেনাই এই তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে এজন আৰক্ষী বিষয়াই জনোৱা মতে, অনন্তনাগৰ গাডোলে অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত আজি পুৱাৰে পৰা সংঘৰ্য হয়।

You might also like