বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ
👉নিষেধাজ্ঞাত জৰুৰীকালীন বাহনৰ বাবে প্ৰযোজ্য নহব
👉ৰাষ্ট্ৰীয় ঘাইপথ ২৭, ১৭ত ত মালবাহী বাহন পুৱা ১১ৰ পৰা নিশা ১২ বজালৈ প্ৰযোজ্য
👉বশিষ্ঠ ট্ৰেফিকত ONE WAY পাৰ্কিং আৰু ন’ পাৰ্কিং।
👉উজনি-নামনিৰ বাছ বাছ ISBTত পোনপটীয়াকৈ আহিব
👉জি. এছ. ৰোডৰ বাছ নেচনেল হাইৱে’ হৈ যাব লাগিব
👉চিটি বাছসমূহৰ টাইমিঙ থিক কৰা হ’ব, নিৰ্দিষ্ট সময়তহে চলিব পাৰিব চিটি বাছসমূহ
👉বিসৰ্জনৰ গাড়ী দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব
👉অকল প্ৰতিমা বিসৰ্জনৰ গাড়ীখিনিহে হাইক’ৰ্ট হৈ লাচিত ঘাটলৈ আহিব পাৰিব
👉মহানগৰীৰ প্ৰতিমা বিসৰ্জনৰ গাড়ী উলুবাৰী আৰু TC ৰোডলৈ আহিব নোৱাৰিব
👉বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব প্ৰতিমা বিসৰ্জনৰ গাড়ীৰ বাবে
👉পাণ্ডু ঘাটলৈ কোনো গাড়ী মালিগাঁও হৈ যাব নোৱাৰিব
👉চিটীবাছক এক মিনিট সময়ৰ টাইম কাৰ্ড
👉এক মিনিটহে চিটীবাছ ষ্টপত ৰখিব পাৰিব
👉DRINK & DRIVEৰ চেকিং প্ৰতিদিনে চলিব