নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৫ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণ চতুর্দশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই

মেষ : নিজকে যোগ্য ব্যক্তি ৰূপে পৰিগণিত হ’ব৷ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ শিল্পকলা, ভাস্কর্য আদিত দক্ষতা বৃদ্ধি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

বৃষ : নিজ বুদ্ধি মতে কাম কৰি সফল হ’ব৷ কোনো কাৰণত ভীতিগ্রস্ত নহ’ব৷ বিলাসিতা কম কৰক, শত্রু কমিব৷ কর্মত শুভ৷ নীলা শুভ ৰং৷ শুভ সংখ্যা ৫৷

মিথুন : মন্দিৰ দর্শনত শুভ ফল পাব৷ ব্যক্তিত্ব প্রকাশ পাব৷ পুৰণি কেছ–মোকর্দমাই মনত কষ্ট দিব৷ কমলা শুভ ৰং৷ শুভ সংখ্যা ৭৷

কর্কট : কর্মক্ষেত্রত উৎসাহ বৃদ্ধি পাব৷ জ্ঞানী লোকৰ দর্শনে অধিক আনন্দ দিব৷ উদ্যোগ, ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ শুভ৷ বেঙুনীয়া শুভ ৰং৷ শুভ সংখ্যা ৪৷

সিংহ : কর্মত বলিষ্ঠ চিন্তা বৃদ্ধি৷ শান্তি, উদাৰ মনোবলে অধিক উৎসাহিত কৰিব৷ নতুন কর্মসংস্থাপনৰ যোগ৷ গেৰুৱা শুভ ৰং৷ শুভ সংখ্যা ২৷

কন্যা : গুৰুৰ প্রভাৱত দার্শনিক, পুৰোহিত, গৱেষকৰ উন্নতিৰ যোগ৷ মনত দুশ্চিন্তা নানিব, অযথা ক্ষতি হ’ব পাৰে৷ ব্যয় বৃদ্ধি৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ১৷

তুলা : যিকোনো কামতে পাৰদর্শিতা অর্জন কৰিব পাৰিব৷ সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব৷ মেৰুণ শুভ ৰং৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : কর্মস্থানত মধ্যম৷ দূৰদর্শী চিন্তাত ব্রতী হ’ব৷ কাকো সমালোচনা নকৰিব৷ আর্থিক দিশত অযথা ব্যয় নকৰিব৷ সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৮৷

ধনু : অর্থ লাভৰ যোগ৷ প্রভাৱ বিস্তাৰ কৰাৰ সুযোগ পাব৷ ভ্রমণত শুভ৷ বন্ধুৰ প্রভাৱে অধিক আনন্দিত কৰিব৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷

মকৰ : আদর্শবাদী, স্নেহপৰায়ণ হ’ব পাৰিব৷ ব্যৱসায়ত প্রচুৰ লাভদায়ক হ’ব পাৰিব৷ যান–বাহনৰ অধিপতি হ’ব পাৰিব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷

কুম্ভ : সামাজিক স্থিতি উন্নত হ’ব৷ পুৰণি বিষে কষ্ট দিব পাৰে৷ হনুমান চালিচা পাঠ কৰক, সংকটমুক্ত হ’ব৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ২৷

মীন : হতাশা আঁতৰিব৷ যশস্বী গুণৰ অধিকাৰী হ’ব৷ কর্মত ব্যস্ততা বাঢ়িব৷ সময় অপচয় নকৰিব৷ বন্ধুবর্গৰ পৰা আঁতৰত থাকক৷ সোণালী ৰং শুভ৷ শুভ সংখ্যা ৩৷

You might also like