নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ ছেপ্টেম্বৰ, ভাদ মাহৰ ২১ তাৰিখ
শনিবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : চিত্রা, যাত্রা : শুভ

মেষ : প্রেমত বাধা আছে৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষ : ব্যৱসায়ত নতুনকৈ আৰম্ভ কৰা কামটোৰ প্রতি যথেষ্ট গুৰুত্ব দিয়ক৷ চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

মিথুন : স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়৷ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ৷ বিদ্যাত শুভ ফল পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কর্কট : চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব৷ মাক–দেউতাকৰ শৰীৰৰ প্রতি যত্ন লোৱা ভাল৷ সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে৷

সিংহ : চুটি ভ্রমণ আছে৷ ঘৰুৱাত মধ্যম ক’ব পাৰি৷ প্রেমত শুভ৷ গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কন্যা : কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল দেখা যায়৷ কর্মত কিন্তু অসুবিধা পাব৷ বিদ্যাত সাফল্য লাভ কৰিব৷ ভ্রমণ নকৰাই ভাল৷

তুলা : ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগে উপকৃত কৰিব৷ দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷

বৃশ্চিক : সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷

ধনু : সামাজিক ব্যস্ততা বৃদ্ধি হ’ব৷ বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায়৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

মকৰ : গৱেষণা কর্মত অগ্রগতি৷ দিনটোত বন্ধুবর্গৰ পৰা অকৃত্রিম সহায় লাভ৷ মাংগলিক কর্মত খৰচ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

কুম্ভ : সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব৷

মীন : পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷ সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

You might also like