পলাশবাৰীত বন্যহস্তীৰ উপদ্ৰৱত ৰাইজৰ নিদ্ৰাহৰণ
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তথা পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি, তিনিআলি, পাৰাকুছি, মিৰ্জা অঞ্চলটোত কেইবাবছৰ ধৰি চলা খাদ্যৰ সংকটত ভোগা বন্যহস্তীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাই নহয়, বন্যহস্তীয়ে অঞ্চলটোৰ মানুহৰ বস্তিৰ শস্য আদি খাই অনিষ্টসাধন কৰাৰ লগতে ধাননি পথাৰ তহিলং কৰি আহিছে। বৰ্তমান এই বন্যহস্তীৰ জাকে খাদ্যৰ সংকটত ভূগি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা, কুলডুং, বটীয়াপাৰা,সোণতলা,জা