নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ কালি জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে ভাৰতক কেতিয়াও পাহৰিব নোৱাৰা এক যন্ত্ৰণা দিলে। সন্ত্ৰাসবাদীয়ে কাশ্মীৰ উপত্যকাত নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ২৬জন লোকৰ মৃত্যু হয়। একে সময়তে বহু লোকে চিকিৎসালয়ত জীৱন-মৃত্যুৰ মাজত যুঁজ দি আছে। এই সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ তালিকা প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ ৬গৰাকী পৰ্যটক নিহত হোৱাৰ বিপৰীতে আন ৪জন আহত হৈছে। তামিলনাডু, কৰ্ণাটক, গুজৰাট, ইউ এ ই, নেপাল আৰু উত্তৰপ্ৰদেশ, হাৰিয়ানাৰ লোকো নিহত হৈছে।
মধ্যপ্ৰদেশ, জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, গুজৰাটৰ লোকক অন্তৰ্ভুক্ত আছে। নেপাল, অৰুণাচল প্ৰদেশৰ লোকো আছে।
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬জন লোকৰ নামৰ তালিকা
সুশীল নাথিয়াল – ইন্দোৰ (মধ্য প্ৰদেশ)
চৈয়দ আদিল হুছেইন শ্বাহ – হাপাট্ৰাণ্ডি, পহলগাম (জম্মু আৰু কাশ্মীৰ)
হেমন্ত সতীশ যোশী – থানে, মুম্বাই (মহাৰাষ্ট্ৰ)
বিনয় নৰৱাল – কৰ্ণাল (হাৰিয়ানা)
অতুল শ্ৰীকান্ত মনি – শ্ৰীৰাম আচল চি এইচ এছ, পশ্চিম পথ, মুম্বাই (মহাৰাষ্ট্ৰ)
নীৰজ উদৱানী – উত্তৰাখণ্ড
বিতন অধিকাৰী – বিষ্ণু, কলকাতা (পশ্চিম বংগ)
সুদীপ নিউপানে – বটোৱাল, ৰূপাণ্ডেহি (নেপাল)
শুভম দ্বিবেদী – শাম নগৰ, কানপুৰ চহৰ, উত্তৰ প্ৰদেশ
প্ৰশান্ত কুমাৰ সতপতি – মালশ্বৰ, ওড়িশা
মনীষ ৰঞ্জন (আবকাৰী পৰিদৰ্শক) – বিহাৰ
এন ৰামচন্দ্ৰ – কোচি, কেৰালা
সঞ্জয় লক্ষ্মণ লালী – থানে, মুম্বাই (মহাৰাষ্ট্ৰ)
দীনেশ আগৰৱালা – চণ্ডীগড়
সমীৰ গুহাৰ – কলকাতা (পশ্চিম বংগ)
দিলীপ দাসীল – পানভেল, মুম্বাই (মহাৰাষ্ট্ৰ)
জে শচীন্দ্ৰ মোলি – পাণ্ডোৰাংগপুৰম, বালাসোৰ (ওড়িশা)
মধুসুদন সোমিছেট্টী – বাংগালুৰু (কৰ্ণাটক)
সন্তোষ জগধা – পুনে, মহাৰাষ্ট্ৰ
মঞ্জু নাথ ৰাও – কৰ্ণাটক
কস্তুব গাভানোটাই – পুনে, মহাৰাষ্ট্ৰ
ভাৰত ভূষণ – সুন্দৰ নগৰ, বেংগালুৰু (কৰ্ণাটক)
সুমিত পৰমাৰ – ভৱনগৰ, গুজৰাট
যতেশ পৰমাৰ – ভৱনগৰ, গুজৰাট
টেগেলাইলিং (বায়ু বাহিনীৰ কৰ্মী) – জিৰো, অৰুণাচল প্ৰদেশ
শৈলেশভাই এইচ হিমতভাই কলাঠিয়া – চুৰাট, গুজৰাট