নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছ শ্লিপাৰ চেল ৰ দুজনক গ্ৰেপ্তাৰ NIAৰ

তেওঁলোকৰ মূৰত তিনি লাখ টকাৰ পুৰস্কাৰ আছিল

আইছিছ শ্লিপাৰ চেল ৰ দুজনক গ্ৰেপ্তাৰ NIAৰ

নিউজ ডেস্ক, ১৭ মে’ : ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত আইছিছৰ শ্লিপাৰ চেল মডিউলৰ অংশ হিচাপে থকা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (NIA)।

২০২৩ চনত পুনেত আই ই ডি নিৰ্মাণ আৰু পৰীক্ষাৰ সৈতে জড়িত গোচৰত বিচাৰি থকা আব্দুল্লা ফৈয়াজ শ্বেইখ ওৰফে ডায়েপাৰৱালা আৰু তালহা খান নামৰ অভিযুক্ত দুজনক বিচাৰি আছিল – আৰু তেওঁলোকৰ মূৰত তিনি লাখ টকাৰ পুৰস্কাৰ আছিল।

You might also like