নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পিছত লখিমপুৰত নামঘৰৰ সমীপত উদ্ধাৰ গো-মাংস

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : ধুবুৰীৰ পিছত এইবাৰ লখিমপুৰত ধৰ্মীয় স্থানৰ সমীপত উদ্ধাৰ গো মাংস।

ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সমীপত গো মাংস উদ্ধাৰক লৈ চাঞ্চল্য।

লখিমপুৰত ধৰ্মীয় স্থানৰ সমীপত গো মাংস উদ্ধাৰক লৈ চাঞ্চল্য।

ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত নিশা গৰু মাংস উদ্ধাৰ।

দুষ্কৃতিকাৰীয়ে সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ।

উল্লেখ্য ধুবুৰীত ধৰ্মীয় স্থানত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্বুট এন ছাইটৰ অৰ্ডাৰ ঘোষণা কৰাৰ লগতে ৰেপিড একচন ফৰ্চ নিয়োগ কৰিছে।

তাৰ পিছতে নামনিৰ পৰা এইবাৰ উজনিতো দুষ্টচক্ৰই সম্প্ৰীতি বিনষ্ট কৰা চেষ্টা চলাইছে।

You might also like