১৫ জুলাইলৈকে কেইবাখনো বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ
এই স্থগিত বিমানসমূহৰ বন্ধ ঘোষণা ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব, কমেও ১৫ জুলাইলৈকে থাকিব।
নিউজ ডেস্ক, ২০ জুন : এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰেছ এক বিবৃতিত বয়িং ৭৮৭ আৰু ৭৭৭ বিমানৰ দ্বাৰা পৰিচালিত সেৱা সাময়িকভাৱে স্থগিত কৰাৰ কথা ঘোষণা কৰি হৈছে।
এই স্থগিত বিমানসমূহৰ বন্ধ ঘোষণা ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব, কমেও ১৫ জুলাইলৈকে থাকিব।
মধ্যপ্ৰাচ্যত আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত উদ্ভৱ হোৱা অতিৰিক্ত বিমানৰ সময়সীমা গ্ৰহণ কৰাৰ লগতে স্বেচ্ছাই উৰণৰ পূৰ্বে সুৰক্ষা পৰীক্ষা বৰ্ধিত কৰাৰ সিদ্ধান্তৰ পৰাই এই হ্ৰাসৰ সৃষ্টি হৈছে। উদ্দেশ্য হৈছে সময়সূচীৰ স্থিৰতা পুনৰ ঘূৰাই অনা আৰু যাত্ৰীসকলৰ শেষ মুহূৰ্তত হোৱা অসুবিধা কম কৰা।
Further to the press statement released yesterday, 18 June 2025, which announced a temporary reduction in services operated by Boeing 787 and 777 aircraft, we wish to provide details on the flights affected.
These reductions will be effective from 21 June 2025,…
— Air India (@airindia) June 19, 2025
স্থগিত বিমানসমূহৰ সবিশেষ এনেধৰণৰ–
1. Routes suspended until 15 July 2025:
– Delhi-Nairobi (AI961/962) – 4x weekly flights*
– Amritsar-London (Gatwick) (AI169/170) – 3x weekly flights
– Goa (Mopa)-London (Gatwick) (AI145/146) – 3x weekly flights
2. Routes with reduced frequency until 15 July 2025:
North America
– Delhi-Toronto: Reduced from 13x weekly to 7x weekly
– Delhi-Vancouver: Reduced from 7x weekly to 5x weekly
– Delhi-San Francisco: Reduced from 10x weekly to 7x weekly
– Delhi-Chicago: Reduced from 7x weekly to 3x weekly
– Delhi-Washington (Dulles): Reduced from 5x weekly to 3x weekly
Europe
– Delhi-London (Heathrow): Reduced from 24x weekly to 22x weekly
– Bengaluru-London (Heathrow): Reduced from 7x weekly to 6x weekly
– Amritsar-Birmingham and Delhi-Birmingham: Reduced from 3x weekly to 2x weekly
– Delhi-Paris: Reduced from 14x weekly to 12x weekly
– Delhi-Milan: Reduced from 7x weekly to 4x weekly
– Delhi-Copenhagen: Reduced from 5x weekly to 3x weekly
– Delhi-Vienna: Reduced from 4x weekly to 3x weekly
– Delhi-Amsterdam: Reduced from 7x weekly to 5x weekly
Australia
– Delhi-Melbourne and Delhi-Sydney: Reduced from 7x weekly to 5x weekly
Far East
– Delhi-Tokyo (Haneda): Reduced from 7x weekly to 6x weekly
– Delhi-Seoul (Incheon): Reduced from 5x weekly to 4x weekly**