এছবিআইত ৫৪১টা পিঅ’ৰ পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ জুলাই
ষ্টেট বেংক অৱ ইণ্ডিয়াই প্রকাশ কৰা বিজ্ঞাপন অনুসৰি প্রতিষ্ঠানটোত ৫ শতাধিক প্রবেছনাৰী অফিচাৰ (পিঅ’) পদত প্রার্থী নিযুক্তি দিব৷