জম্মু-কাশ্মীৰত CRPFৰ বাহন বাগৰিল খাৱৈত, ২ জোৱানৰ মৃত্যু, আহত ১২
জম্মু-কাশ্মীৰৰ উধামপুৰত চিআৰপিএফৰ বাহন খাৱৈত পৰি দুজন জোৱানৰ মৃত্যু
জম্মু-কাশ্মীৰৰ উধমপুৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ এখন গাড়ী খাৱৈত পৰি যোৱাৰ ফলত এটা দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত দুজন জোৱান শ্বহীদ হৈছে, আনহাতে ১২ জন জোৱান আহত হৈছে।
Niyomiya Barta Desk, 7 August, 2025