নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Kahinoor Theatre : কহিনুৰৰ থিয়েটাৰৰ মঞ্চত অঘটন, প্ৰেক্ষাগৃহত হাহাকাৰ

Kahinoor Theatre : আৰম্ভ হৈছে থিয়েটাৰ এই বৰ্ষৰ যাত্ৰা। এই যাত্ৰাতেই ঘটিল এক অঘটন। কহিনুৰৰ থিয়েটাৰৰ মঞ্চত সেই অঘটন সংঘটিত হৈছে। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত কলা ধোঁৱাই ছানি ধৰে প্ৰেক্ষাগৃহৰ ভিতৰ ভাগ। ফলত দৰ্শকেৰে ভৰি থকা প্ৰেক্ষাগৃহত হাহাকাৰ লাগে।

তাৎক্ষণিক ভাবে জুই নিবাৰ্পণ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীৰ লগতে টেকনিকেল টীমে। ফলত আধাতে বন্ধ হয় মঞ্চত চলি থকা টাইটানিক নাটকখন। পিছত পুনৰ আৰম্ভ হয় নাটকৰ বাকী থকা অংশ।

Niyomiya Barta Desk, 24 August

You might also like