নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Sipajhar News : জন্মদিনৰ অনুষ্ঠানত প্ৰসাদ খাই খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন কেইবাগৰাকী

Sipajhar News : ছিপাঝাৰৰ গোৱালঝাৰত খাদ্যত বিষক্ৰিয়াৰ এক ঘটনা সংঘটিত হৈছে। গাঁৱৰ এটা পৰিয়ালৰ জন্মদিনৰ অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ হৈ পৰে লোককেইজন।

ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰো হৈছে প্ৰায় কুৰিগৰাকী লোকক। ইয়াৰে অধিকাংশই মহিলা। উল্লেখযোগ্য যে বৰ্তমানেও চিকিৎসাধীন কেইবাগৰাকীও ব্যক্তি।

Niyomiya Barta Desk, 24 August

You might also like