নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ আগষ্টত গুৱাহাটীলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ

কেইবাটাও কাৰ্যসূচীৰে ২৯ আগষ্টত গুৱাহাটীলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হব NDA পঞ্চায়ত সন্মিলন। এই সন্মিলনত ভাগ লব NDAৰ সমূহ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে। গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব NDA পঞ্চায়ত সন্মিলন।

ইফালে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সমগ্ৰ গুৱাহাটীত দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি। মহানগৰীৰ সকলো উৰণ সেতুতে লগোৱা হৈছে হৰ্ডিং, পতাকা, দলীয় পতাকা তথা আদৰণি বেনাৰ।

Niyomiya Barta Desk, 27 August

You might also like