নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপনা এৰি মাটিৰ দালালত নামিল প্ৰফেছৰ, ভুক্তভোগীয়ে ধৰালে কাণত

ৰাজহুৱা স্থানত বিশ্বনাথ মহাবিদ্যালয়ৰ এজন প্ৰবক্তাক কাণত ধৰি আঁঠু কঢ়োৱাৰ এটা ভিডিঅ  সামাজিক মাধ্যমত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰবক্তা জনৰ নাম সীমান্ত হাজৰিকা৷ পৰিসংখ্যা বিভাগৰ অস্থায়ী প্ৰবক্তাজনে চতিয়া নাগশংকৰৰ বিজিত শইকীয়া নামৰ যুৱকজনৰে মিলি মাটি বিক্ৰীৰ বাবে প্ৰৱঞ্চনা কৰি এজন লোকৰ পৰা এক কোটি বিশ লাখ টকা আত্মসাৎ কৰিছিল ৷

কিন্তু দিন বেয়া আছিল তেওঁলোকৰ, যাৰ বাবে এইদৰে ৰাজহুৱা স্থানত দুয়োকে কাণত ধৰাই আঁঠু কঢ়ায় ভুক্তভোগীয়ে৷

Niyomiya Barta Desk, 28 August

You might also like