বিমানবন্দৰত চাকৰি : ৯৭৬টা জুনিয়ৰ এগজিকিউটিভৰ পদ খালী
বিমানবন্দৰত চাকৰি : ৯৭৬টা জুনিয়ৰ এগজিকিউটিভৰ পদ খালী
আবেদনৰ অন্তিম তাৰিখ : ২৭ ছেপ্টেম্বৰ
ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই ৯৭৬টা জুনিয়ৰ এগজিকিউটিভ পদৰ বাবে নিয়োগ সূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া পূৰ্ণ বিবৰণ চাব পাৰে
নিয়োগৰ বিৱৰণ
পদৰ নাম: জুনিয়ৰ এগজিকিউটিভ (Air Traffic Control)
মুঠ পদ : ৯৭৬
বিভাগভিত্তিক শূন্যপদ:
-
Architecture : ১১
-
Engineering (Civil) : ১৯৯
-
Engineering (Electrical) : ২০৮
-
Electronics : ৫২৭
-
Information Technology : ৩১
দৰমহা : 40,000‐3%‐1,40,000
শিক্ষাগত অৰ্হতা:
-
Architecture: Bachelor’s Degree in Architecture আৰু Council of Architecture-ত পঞ্জীয়ন।
-
Engineering (Civil): Civil Engineering/Technology ত Bachelor’s Degree।
-
Engineering (Electrical): Electrical Engineering/Technology ত Bachelor’s Degree।
-
Electronics: Electronics/Telecommunications/Electrical with Electronicsত বিশেষজ্ঞতাৰে Engineering/Technology ত Bachelor’s Degree।
-
Information Technology: Computer Science/Computer Engineering/IT/Electronics ত Bachelor’s Degree বা MCA।
GATE যোগ্যতা : ২০২৩, ২০২৪ বা ২০২৫ বৰ্ষৰ GATE পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
ভাষাগত দক্ষতা: ইংৰাজী ভাষাত কথা ক’ব আৰু লিখিবলৈ 10+2 মানৰ দক্ষতা থাকিব লাগিব (অন্ততঃ দশম বা দ্বাদশ শ্ৰেণীত ইংৰাজী এটা বিষয় হিচাপে পাছ কৰা হ’ব লাগিব)।
বয়স সীমা
২৭-০৯-২০২৫ তাৰিখে প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।
বয়সৰ ৰেহাই
-
SC : ৫ বছৰ
-
ST : ৫ বছৰ
-
OBC/NCL : ৩ বছৰ
-
PwBD : ১০ বছৰ
কেনেকৈ আবেদন কৰিব?
প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিবলৈ AAIৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব।
আবেদন মাচুল
-
SC/ST/Female/Apprentice/PwD : নাই
-
আনসকল : 300/-
গুৰুত্বপূর্ণ তাৰিখ
-
অন্তিম তাৰিখ: ২৭ ছেপ্টেম্বৰ, ২০২৫
অনলাইন আবেদনৰ বাবে ইয়াক ক্লিক কৰক – Click Here For online apply
অফিচিয়েল নটিফিকেচন চাবলৈ ইয়াত ক্লিক কৰক – Official website