PHED-ত ৫০টা সহকাৰী অভিযন্তাৰ চাকৰি, আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ
PHED Assam Recruitment– ৫০টা Assistant Engineer পদৰ বাবে
বিভাগৰ নাম : Public Health Engineering Department (PHED), Assam
মুঠ পদ : ৫০টা
আবেদনৰ অন্তিম তাৰিখ : ১৪/১০/২০২৫
পদৰ নাম: Assistant Engineer
অফিচিয়েল ৱেবছাইট: www.apsc.nic.in
অসম লোকসেৱা আয়োগে (APSC) Public Health Engineering Department (PHED) ত ৫০টা Assistant Engineer পদৰ বাবে নিয়োগ সূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া সম্পূৰ্ণ বিৱৰণ চাব পাৰে।
PHED Assistant Engineer নিয়োগৰ বিৱৰণ
১. Assistant Engineer
-
পদ সংখ্যা : ৫০টা
শাখা অনুসৰি খালী পদৰ সংখ্যা:
-
Civil : ৪০টা
-
Mechanical : ৫টা
-
Chemical : ৫টা
দৰমহা : ৩০,০০০ – ১,১০,০০০ + Grade Pay ১২,৭০০
শিক্ষাগত অৰ্হতা:
-
BE/ B.Tech (Civil/Mechanical/Chemical Engineering) – AICTE মান্যতাপ্ৰাপ্ত কোনো প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ। অথবা,
-
Part A & B of AMIE India (Civil/Mechanical/Chemical Engineering) – ৩১ মে ২০১৩ বা তাৰ আগতে নথিভুক্ত।
বয়স:
-
০১-০১-২০২৫ অনুসৰি প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম নহ’ব আৰু ৪০ বছৰৰ বেছি নহ’ব।
-
বয়সৰ ৰেহাই:
-
SC : ৫ বছৰ
-
ST : ৫ বছৰ
-
OBC/MOBC : ৩ বছৰ
-
PwBD : ১০ বছৰ
-
Ex-Servicemen: Unreserved – ৪২ বছৰ, OBC/MOBC – ৪৫ বছৰ, SC/ST – ৪৭ বছৰ
-
কেনেকৈ আবেদন কৰিব?
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে APSC Recruitment Portal ৰ জৰিয়তে Online আবেদন কৰিব লাগিব।
আবেদন মাচুল
General: Rs. 297.20/-
OBC/MOBC: Rs. 197.20/-
SC/ST/BPL/PwBD: Rs. 47.20/