নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়-ত ভয়ংকৰ ঘটনা, ৰেলে বাইকসহ মহটিয়ালে যুৱকক

ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ ৰে’ল ক্ৰচিং পাৰ হ’বলৈ লওঁতেই ৰেলে মহটিয়াই নিলে বাইকসহ এজন যুৱকক৷

ফলত থিতাতে নিহত হয় যুৱকজন৷ যুৱকজন এইপৰ্যন্ত চিনাক্ত হোৱা নাই৷ আধা কিলোমিটাৰপৰ্যন্ত ৰেলে চোঁচৰাই নিয়ে হিৰহোণ্ডা বাহন খন।

বাইকখনৰ নম্বৰ হৈছে AS06 K 3973৷ বৰ্তমান ৰেল বিভাগৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ ছেপ্টেম্বৰ

You might also like