নলবাৰীত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা
নলবাৰীত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা ৷
নলবাৰীৰ মুকালমুৱাৰ শিয়ালমাৰীত নৈত উটি আহিছে বাণ্ডিলে বাণ্ডিলে টকা।
নৈত টকাৰ উজান উঠাক লৈ হাহাকাৰ।
নলবাৰীত উদ্ধাৰ হোৱা টকা ৰাইজে গতালে আৰক্ষীক।
মাছ মাৰিবলৈ যাওঁতে দুই চেমনীয়াই প্ৰত্যক্ষ কৰিছিল ধনৰ টোপোলাটো ৷
নোটখিনি জালনোট হোৱাৰ সন্দেহ কৰা হৈছে ৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ