নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTC Election : গোসাঁইগাঁৱত UPPL-ৰ নিৰ্বাচনী কাৰ্য্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

গোসাঁইগাঁৱত নিশা ইউ পি পি এলৰ নিৰ্বাচনী প্ৰচাৰৰ অস্থায়ী কাৰ্য্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ।

গোসাঁইগাঁও তিনিআলিৰ ইউ পি পি এল কাৰ্য্যালয়ত দুৰ্বৃত্তই জ্বলাই দিলে পোষ্টৰ বেনাৰ

ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকা উপস্থিত হৈ বুজ ললে পৰিস্থিতিৰ

মাজ নিশা সংঘটিত উক্ত ঘটনাক লৈ চেপা উত্তেজনা

আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ মোতায়েন

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like