নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত ৫,২০০ মাটিৰ চাকি প্ৰজ্বলনেৰে জুবিন গাৰ্গক স্মৰণ

ধুবুৰীৰ চাপৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ

ধুবুৰী জিলাৰ চাপৰত ৫,২০০টা মাটিৰ চাকি প্ৰজ্বলনেৰে জুবিনদাক স্মৰণ

চাপৰৰ গান্ধী ময়দানত হাজাৰ হাজাৰ অনুৰাগীয়ে একত্ৰিত হৈ কিংবদন্তি গায়ক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

চাপৰৰ বিভিন্ন স্থানীয় সংগঠন আৰু ৰাইজৰ উদ্যোগত এই স্মৃতি অনুষ্ঠানটো অনুষ্ঠিত হয়

হৃদয়স্পৰ্শী সেই স্মৃতি অনুষ্ঠানত চাকিৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সৃষ্টি কৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে আৰু “জুবিনদা অমৰ হওক” লিখি আলোকিত কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শিল্পীগৰাকীলৈ।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ

You might also like