ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী-বনৰক্ষীৰ মাজত গুলীয়াগুলী
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত গুলীয়াগুলী।
- নিশা ১ বজাত সংঘটিত হয় এই ঘটনা।
- বিশেষ সূত্ৰৰ আধাৰত পহৰাদাৰী বনকৰ্মী এম্বুছ কৰি আছিল উদ্যানৰ ৰহমানপুৰ এলেকাত।
- বনৰক্ষীৰ উমান পাই চোৰাংচিকাৰীৰ দলে গুলীচালনা কৰে।
- বনৰক্ষী বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে। ফলত এজন চোৰাং চিকাৰী নিহত হয়।
- অৱশ্যে ৰাতিপুৱা হে মৃতদেহ উদ্ধাৰ হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ