নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ২৫০ বিঘা ভূমি বেদখলমুক্তৰ লক্ষ্য!

  • আজি ছিপাঝাৰৰ ধলপুৰত চলিব সাজু দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান
  • গৰুখুটি কৃষি প্ৰকল্পৰ দাঁতিকাষৰীয়া ১৬৭টা পৰিয়ালক চৰকাৰী ভূমি খালী কৰিবলৈ প্ৰশাসনে দিছিল চূড়ান্ত সীমা
  • পূৰ্বে মৌখিকভাবে দিয়া নিৰ্দেশ মনা নাছিল বেদখলকাৰীয়ে
  • কিন্তু ১৬ অক্টোবৰত উচ্ছেদ চলাবলৈ প্ৰশাসন তৎপৰ হোৱাৰ পিছতে হাহাকাৰ লাগে বেদখলকাৰীৰ
  • এতিয়া নিজে নিজেই ঘৰ দুৱাৰ ভাগি ত্যাগ কৰিছে চৰকাৰী ভূমি
  • উল্লেখযোগ্য যে প্ৰায় ২৫০ বিঘা ভূমি বেদখল মুক্ত কৰা হ’ব। এই ভুমি সংৰক্ষণ কৰা হ’ব গৰুখুটি কৃষি প্ৰকল্পৰ বাবে।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১৪ অক্টোবৰ

You might also like