ডবকাতো বৃহৎ উচ্ছেদ অভিযান, জাননী লাভ কৰি বেদখলকাৰীৰ হাহাকাৰ
- এইবাৰ ডবকাত হ’ব বৃহৎ উচ্ছেদ। বন বিভাগৰ জাননীৰ পাছত হাহাকাৰ
- ডবকাৰ যমুনা-মৌডংঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে চলিব অভিযান
- বন বিভাগৰ ভূমিত ঘৰ-বাৰী নিৰ্মাণ কৰা ১২৫৮টা পৰিয়ালক কৰিব উচ্ছেদ
- ইতিমধ্যে ১৫ দিনৰ সময়সীমা বান্ধি দি জাননী প্ৰেৰণ কৰিছে হোজাইৰ বন বিভাগে
- সংৰক্ষিত বনাঞ্চলখনৰ উদমাৰী, যমুনাগাঁও, নিগম আদি এলেকাত চলিব উচ্ছেদ
- কিছুদিনৰ পৰা প্ৰস্তুতি চলাই থকা বন বিভাগে কালি জাৰি কৰে জাননী
- জাননী লাভ কৰাৰ পাছত হাহাকাৰ লাগিছে অঞ্চলটোত
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ