আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী বগাক গ্ৰেপ্তাৰ
- ছিপাঝাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ
- দীপাংকৰ ডেকা ওৰফে বগাই আৰক্ষী বাহনৰ পৰাই পলায়ন কৰিছিল
- ফলত থানাখনৰ আৰক্ষীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল।
- পিছত পুনৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আটক কৰে আচামী বগাক।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ