বঙাইগাঁৱত ১১ অবৈধ বাংলাদেশী নাগৰিকক আটক
কালি নিশা আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰে বাংলাদেশী নাগৰিককেইগৰাকীক
বঙাইগাঁৱত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে বঙাইগাঁও জিআৰপিয়ে। মুঠ ১১গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে নিউ বঙাইগাঁও জিআৰপিয়ে। কালি নিশা আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰে বাংলাদেশী নাগৰিককেইগৰাকীক। আটকাধীন বাংলাদেশী নাগৰিকসকল ক্ৰমে
ইছমাল আজাদ
আব্দুল্লা
মহম্মদ নুৰ।
আছল্যা বেগম
মহম্মদ আনাছ
নুৰ আলম
নুৰ কালিমা
মহম্মদ আনিছ
চাফা
ৰীমা
আৰু নুৰ চাহিদা।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ