নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ আসক্ত যুৱকৰ প্ৰহাৰত যুৱকৰ মৃত্যু, যোৰহাট-ত চাঞ্চল্য

এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওগ নামৰ যুৱকজনক প্ৰহাৰ  কৰাৰ ফলতেই মৃত্যু যুৱকৰ মৃত্যু হয়

  • যোৰহাট-ত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে
  • ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত পুনৰ এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।
  • এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওগ নামৰ যুৱকজনক প্ৰহাৰ  কৰাৰ ফলতেই মৃত্যু যুৱকৰ মৃত্যু হয়।
  • বুধবাৰে দেৱজিৎ নেওগ নামৰ যুৱকজন আঘাতপ্ৰাপ্ত হয় আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰো হয় বুলি পৰিয়ালক কয় এটা নিচামুক্তি কেন্দ্ৰৰ কেইজনমান যুৱকে।
  • সেই সূত্ৰে পৰিয়ালে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ যায় যদিও যুৱকজনক মৃত অৱস্থাত দেখা পায়।
  • এই ঘটনাই সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্য কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ

You might also like