২১ অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক
- ক্ষিপ্ৰগতিত আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদৰ তদন্ত
- ২১ অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক
- SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব SITৰ দলটো
- বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছত ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ অনুমতি দিয়ে
- আজি সামাজিক মাধ্যম X হেণ্ডেলযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ