নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ বালিচাপৰিত চলন্ত বাহনত অগ্নিকাণ্ড

  • মাজুলীৰ বালিচাপৰিত সংঘটিত হৈছে চলন্ত বাহনত অগ্নিকাণ্ডৰ ঘটনা।
  • দুগৰাকী আৰোহী নিজৰ ঘৰ অভিমুখে গৈ থকা অৱস্থাত যান্ত্ৰিক বিজুটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত কোনো আহত হোৱা নাই এই অগ্নিকাণ্ডত।
  • AS 06 V 8472 নম্বৰৰ টাটা কোম্পানীৰ গাড়ীখনত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও জুইৰ লেলিহান শিখাই গাড়ীখন আগুৰি ধৰে।

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ

You might also like