হাইলাকান্দিত চাঞ্চল্য : ৰাজপথত এগৰাকী মহিলাক হ*ত্যা
- হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা।
- ৰাজপথত এগৰাকী মহিলাক হত্যা
- লালা থানাৰ অন্তৰ্গত গাগলাছড়া চাহ বাগানত নিৰ্মম ঘটনা
- দাৰে গল কাটি মহিলাক হত্যা।
- মৃত মহিলাগৰাকীৰ নাম ৰীতা ৰাজৱাৰ।
- ৰাজপথত হত্যা কৰা অভিযুক্ত গুড্ডু পাচী বৰ্তমান পলাতক।
- পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
- গুড্ডুক ধৰিবলৈ অভিযান অব্যাহত আছে আৰক্ষীৰ।
- পৰকীয়া সম্পৰ্কৰ ফলতেই হত্যাৰ আশংকা প্ৰকাশ কৰা হৈছে।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ