বকোত ৰে’লৰ খুন্দাত অচিনাক্ত যুৱকৰ মৃত্যু
- বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত অঘটন।
- ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু।
- নিহত যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
- জিনচ পেন্ট আৰু নীলা ৰঙৰ চাৰ্ট পৰিহিত যুৱকজন।
- বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃতদেহ ৰখা হৈছে।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ