নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন ব্যক্তি

দুৰ্ঘটনাগ্ৰস্ত বাইকখন জিৰিকিন্দেং দিশৰ পৰা খেৰণি অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা

  • পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ সৰু-মাটিখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত দুজন ব্যক্তি।
  • তীব্ৰবেগী মটৰচাইকেলৰ প্ৰচণ্ড খুন্দা পথৰ কালভাৰ্টত।
  • জিৰিকিন্দেং-খেৰণি সংযোগী পথত সৰু-মাটিখোলাৰ এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় ভয়ংকৰ বাইক দুৰ্ঘটনাটো।
  • এতিয়াও উদ্ধাৰ হোৱা নাই ব্যক্তিদ্বয়ৰ পৰিচয়।
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখন জিৰিকিন্দেং দিশৰ পৰা খেৰণি অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।
  • ইতিমধ্যে ঘটনাস্থলীত খেৰণি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS01 DH 3994।

ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ

You might also like