বিলাসীপাৰাত উচ্ছেদ অভিযানক প্ৰশাসনৰ যুদ্ধংদেহি তৎপৰতা
APDCLক হস্তান্তৰ কৰা ভূমিত থকা ৯০টা পট্টাদাৰৰ ৪০টা বাসগৃহত প্ৰশাসনে জাৰি কৰিছিল জাননী
- বিলাসীপাৰাত আজি বৃহৎ উচ্ছেদ অভিযান।
- চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত চলিব উচ্ছেদ অভিযান।
- তাপবিদ্যুৎ প্ৰকল্পৰ বাবে পূৰ্বে চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাত প্ৰশাসনে চলাইছিল ৩৫০০ বিঘা ভূমিত উচ্ছেদ অভিযান।
- এইবাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাৰ উচ্ছেদিত অঞ্চলৰ পট্টাভূমিত চলিব উচ্ছেদ অভিযান।
- APDCLক হস্তান্তৰ কৰা ভূমিত থকা ৯০টা পট্টাদাৰৰ ৪০টা বাসগৃহত প্ৰশাসনে জাৰি কৰিছিল জাননী।
- উচ্ছেদ অভিযানক লৈ চৰুৱাবাখৰা, সন্তোষপুৰত প্ৰশাসনৰ যুদ্ধংদেহি তৎপৰতা।
- উচ্ছেদস্থলীত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ প্ৰশাসনৰ।
ডিজিটেল ডেস্ক, ৬ জানুৱাৰী
লগতে এইটোও পঢ়ক —- প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাৰে সামৰণি পৰিল ষষ্ঠদশ চানডুবি মহোৎসৱৰ