ক’ৰোনা প্ৰতিৰোধত ব্যৰ্থ পাকিস্তান
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে পাকিস্তান। মাৰাত্মক এই ভাইৰাছবিধৰ দ্ৱাৰা দেশখনত আক্ৰান্ত হৈছে ২,২৩৮গৰাকী লোক। এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে দেশখনত ৩১গৰাকী লোকে। উল্লেখনীয় যে পাকিস্তানে এতিয়াও দেশখনৰ মছজিদবোৰ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে দ্ৰুত গতিত সংক্ৰমণ ঘটিছে ক’ৰোনাৰ।