নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গোৱা আৰক্ষীৰ অভিযানত দুজনক আটক

চাইবাৰ অপৰাধীৰ কবলত পৰি বিভিন্নজন সৰ্বস্বান্ত হোৱাৰ সময়তে নগাঁৱত গোৱা আৰক্ষীৰ অভিযান। অভিযানত চাইবাৰ অপৰাধৰ লগত জড়িত দুজন লোকক আটক কৰে গোৱা আৰক্ষীৰ দলে। ধৃত অপৰাধীকেইটা হৈছে শিমলুগুৰিৰ য়েষ্মিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলাম। আটক কৰা অপৰাধী দুটাক আদালতত হাজিৰ কৰাই অধিক তথ্যৰ বাবে গোৱা আৰক্ষীয়ে লৈ যায়। পাঁচ দিন ধৰি অভিযান চলাই আটক কৰে অপৰাধী দুটাক।

বিশেষ বাৰ্তা, নগাঁও, ২৯ জানুৱাৰী :

You might also like