নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰে’লৰ খুন্দাত এজন নিহত

🔹 নগাঁৱত ৰে’লৰ খুন্দাত এজন নিহত।

🔹 মৰিকলং ষ্টেচনৰ সমীপৰ ৰে’লৰ ট্ৰেকৰ ওচৰত উদ্ধাৰ মৃতদেহটো।

🔹 পুৱা গেটমেনে মৃতদেহটো দেখি ৰে’লৱে আৰক্ষীক খবৰ দিয়ে।

🔹 ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

🔹 বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মৃত ব্যক্তিজনৰ।

You might also like