নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HS Result Assam : কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

অসমৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব বুলি পূৰ্বেই ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Assam State School Education Board-এ ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিব। বিজ্ঞান, কলা, বাণিজ্য শাখাৰ ফলাফল একেলগে প্ৰকাশ কৰা হ’ব।

অনলাইনত ফলাফল কেনেদৰে চাব

শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in-লৈ গৈ “Assam HS Result 2026” লিংকত ক্লিক কৰি নিজৰ লগইন তথ্য ভৰ্তি কৰি ফলাফল চাব পাৰিব। ফলাফল ডাউনলোড কৰাৰ লগতে এটা প্ৰিণ্ট কপি সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অফিচিয়েল ৱেবছাইটৰ উপৰি ফলাফল DigiLocker-ৰ জৰিয়তো লাভ কৰিব পাৰিব।

DigiLocker-ত মাৰ্কশ্বীট লাভ কৰাৰ পদ্ধতি

DigiLocker এপ বা ৱেবছাইটত লগইন কৰি “Education” বা “Issued Documents” অংশত গৈ Assam Higher Secondary Education Council নিৰ্বাচন কৰি “Class 12 Marksheet 2026” অপশ্যনত নিজৰ ৰ’ল নম্বৰ ভৰ্তি কৰি ডিজিটেল মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব।

উল্লেখযোগ্য যে এইবাৰ উচ্চ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল। বিজ্ঞান, কলা, বাণিজ্য আৰু ব্যৱসায়িক শাখাসমূহত মুঠ ৩.০২ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছিল।

Assam HS Results 2026: Steps to check results and download marksheets online

  • Visit the official Assam Board website at ahsec.assam.gov.in
  • Click on the “Assam HS Result 2026” link on the homepage
  • Enter your login details on the new page
  • Click on submit to view your result
  • Download the result
  • Keep a printout of your result for future reference

Apart from the official website, the results can also be accessed through DigiLocker

Assam HS Results 2026: Steps to download marksheet via DigiLocker

  • Open the DigiLocker app or visit digilocker.gov.in
  • Log in using your mobile number, Aadhaar Details, or username
  • Go to the “Education” or “Issued Documents” section
  • Select Assam Higher Secondary Education Council (AHSEC)
  • Click “Class 12 Marksheet 2026”
  • Enter your roll number and other required details
  • Then click on “Get Document”
  • Download and save your digital marksheet for future use
  • Keep a printout of your result for future reference

ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল

You might also like