নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত অগ্ৰগতি বিজেপিৰ, খহিব নেকি তৃণমূলৰ দুৰ্গ?

ভোট গণনা আগবঢ়াৰ লগে লগে পশ্চিমবংগত শাসকীয় তৃণমূলক তীব্ৰ প্ৰত্যাহ্বান দিছে বিজেপিয়ে। ১১.২৪ বজালৈ হোৱা গণনাত বিজেপিয়ে ১৪০খন অগ্ৰগতি লোৱাৰ বিপৰীতে তৃণমূলে ৭৩খন আসনত অগ্ৰগতি লাভ কৰি আছে।

এইদৰে থাকিলে হয়তো এইবাৰ পৰাজয়ৰ গ্লানি মূৰ পাতি লব লাগিব মমতা বেনাৰ্জীয়ে।

ডিজিটেল ডেস্ক, ৪ মে’

You might also like