নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

  • চিৰাঙৰ ছামথাইবাৰীৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • প্ৰথমে কন্টেইনাৰ ট্ৰাকৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ।
  • তাৰ মাজতেই তীব্ৰ গতিত অহা এখন ই-ৰিক্সাই খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰত।
  • ফলত যাত্ৰী কঢ়িয়াই নিয়া ই-ৰিক্সা বাগৰি পৰে পথৰ ওপৰত।
  • উক্ত দুৰ্ঘটনাত পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।
  • দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্সযোগে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

ডিজিটেল ডেস্ক, ৬ মে’

You might also like