ধ্রুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্রধান প্রেছ সচিব হিচাপে পুনৰ নিযুক্তি
মুখ্যমন্ত্রীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীৰ প্রধান প্রেছ সচিব হিচাপে দায়িত্ব অব্যাহত ধ্রুৱ মহন্তক।
উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালতো ধ্ৰুৱ মহন্ত মুখ্যমন্ত্রীৰ প্রধান প্রেছ সচিবৰ দায়িত্বত আছিল।
লগতে দীৰ্ঘকাল ধৰি সাংবাদিকতাৰ জগতত এক বিশেষ ভূমিকা পালন কৰিছিল।
ডিজিটেল ডেস্ক, ১৭ মে’