নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেকাপাহাৰৰ হোলাত মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ

  • কলিয়াবৰৰ ৰেকাপাহাৰ অঞ্চলৰ হোলাত এজনী মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ।
  • বক্তিগত বাগিচাৰ মাজৰ এটা হোলাত স্থানীয় লোকে পুৱা প্ৰত‍্যক্ষ কৰে হাতীটোৰ মৃতদেহ।
  • ঘটনাস্থলীত শালনা বন বিভাগ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
  • প্ৰাথমিক তদন্তত হাতীটো বিদ‍্যুতৰ তাঁৰত লগাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ।
  • হাতী নাহিবৰ বাবেই সমীপৰ লোকে বিদ‍্যুৎ সংযোগ কৰাৰ ফলতেই ঘটনাটো সংঘটিত হোৱাৰ আশংকা।
  • তদন্তৰ পাছতহে সকলো পোহৰলৈ আহিব।

ডিজিটেল ডেস্ক, ১৯ মে’

You might also like